Skip to content Skip to navigation

COVID19 a money making malady!

Guwahati: COVID19 might have killed 50 people in Assam apart from infecting 20,000 others. 

But the killer virus gives field day for a group of contractors, suppliers, and government officers. 

This was what Assam Public Works has said.

In a letter to chief minister Sarbananda Sonowal,  APW president Aabhijit Sarma has elaborated a number of allegations to probe that it's an occasion to make money for a section of people. 

But is it possible without any political patronage? 

প্রেছ বিজ্ঞপ্তি

Kind Attention  মূখ্যমন্ত্ৰী মহোদয় (দুই)

মহাশয়,  সন্মানসহকাৰে আপোনাক জনাও যে ৰাজ্যত কোভিডৰ নামত একাংশ ঠিকাদাৰে বিভিন্ন বিভাগত চলাই থকা মুকলি লুণ্ঠনৰ বিষয়টো দৃষ্টিগোচৰ কৰি ইয়াৰ পূৰ্বেও এখন মুকলি চিঠি আমি আপোনালৈ লিখিছিলো। আপোনাৰ তৰফৰ পৰা এই বিষয়ত কোনো সুদুত্তৰ নাপায় আজি এইখন দ্বিতীয় চিঠি আপোনালৈ লিখিবলৈ ওলাইছো। 

মহাশয়,  পোনপ্ৰথমে আমি আপোনাক জনাও যে চৰকাৰৰ তৰফৰ পৰা ইমানবোৰ ব্যৱস্হা লোৱাৰ পাচতো ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যতকৈ বেছি।  ইয়াৰ আৰত আছে দুই নম্বৰী ঔষধৰ  ৰমৰমীয়া ব্যৱসায় চলোৱা এজন ঔষধ মাফিয়া।  এই মাফিয়াজনৰ সতে ৰাজ্যৰ স্বাস্হ্য বিভাগৰ বৰমুৰীয়া সকলৰ থকা সনা পিতিকাৰ বাবেই যাৱতীয় সকলো ব্যৱস্হা গ্ৰহণ কৰাৰ পাছতো নৱজাতকৰ মৃত্যুৰ হাৰ কমোৱাত আপোনাৰ চৰকাৰ বাৰে বাৰে বিফল হৈছে। এই বিষয়ে আজি কিছুদিন আগেয়ে অসমীয়া প্ৰতিদিন কাকতৰ পৰিপুৰিকা সাদিন ত এক বিস্তৃত্ব প্ৰতিবেদন প্রকাশ পাইছে। ইয়াৰ উপৰিও দেওৰা উপাধিৰ এজন একেই মানবতাহীন মাফিয়াই যোগান ধৰা বেক্টেৰিয়া লাগি থকা প্ৰসূতি ডেলিভাৰী কীটৰ প্ৰভাব নবজাতকৰ মৃত্যুৰ সতে জড়িত আছে বুলি অভিযোগ আছে। এইটো এটা এনেকুৱা ঠিকাদাৰৰ দল যাৰ লুণ্ঠন বিগত কংগ্রেছৰ আমোলতো সেই একেই মাত্ৰাত চলিছিল যি মাত্ৰাত আপোনাৰ দিনতো চলি আছে, তথা ইয়াৰ আৰত আপোনাৰ চৰকাৰক শলঠেকত পেলোৱাৰ এক ষড়যন্ত্ৰও লুকাই আছে। 

মহাশয়,  জনৈক "ধানুকা" উপাধিৰ একেজন মাফিয়াৰ ছত্রছায়াত কেইজন মান মানবতাহীন এটি মাফিয়াৰ দলে বিভাগীয় মন্ত্ৰীৰ অগোচৰে কোভিডৰ মোকাবিলাৰ বিভিন্ন ঠিকা ঠাকুলিৰ এক বৃহৎ ছিণ্ডিকেট গা কৰি উঠিছে।  এই ছিণ্ডিকেটত বিভাগীয় বৰমুৰীয়া সকল এনে ভাবে জড়িত হৈ পৰিছে যে কোভিডৰ নামত অসমখনকেই যেন দুভাগ কৰি পেলাইছে।  এভাগত আছে কোভিডৰ আতংকত আতংকিত সকলো ৰাইজ আৰু আন ভাগত আছে মুষ্টিমেয় এন এইচ এম ৰ বিষয়া আৰু সেই ড্ৰাগ মাফিয়াকেইজনৰ চিণ্ডিকেট।  এই চিণ্ডিকেটৰ বাবে  কোভিড এক উৎসৱ আৰু কোভিডৰ বিভিন্ন ঠিকা উক্ত মাফিয়াকেইজনৰ যিকোনো প্রকাৰে আদায় দিয়াটো দুই পক্ষৰ ধন ঘটাৰ আহিলা। 

মহাশয়,  এয়া এক কৌটি দুই কৌটি টকাৰ কাৰবাৰ নহয়!  উক্ত ঠিকাদাৰকেইজনৰ বাবে কোভিড হৈ পৰিছে এক দীর্ঘম্যদী ধন লুটাৰ আচনি।  কোভিডে আমাৰ দৰে খাতিখোৱা জনতাক যিমানেই দুৰ্ভোগ ভুগাইছে সিমানেই উক্ত মাফিয়াজনৰবাবে কোভিড বাৰেৰহণীয়া উৎসৱ হৈ পৰিছে।  অৱশ্য এনে নহয় যে অকল সেইজন মাফিয়াৰ বাবেই কোভিড উৎসৱ হৈ পৰিছে।  একেটা দলৰে আশিষধন্য কেইজনমান মুষ্টিমেয় ঠিকাদাৰৰ বাবেও কোভিড এক উৎসৱত পৰিণত হৈছে।  প্রতিজন এনে মাফিয়াৰ প্রতিটো তথ্য এজন এজনকৈ আমি ফাদিল কৰিম।  যদি এনে তেজপিয়া সকলৰ বিৰূদ্ধে বিহীত ব্যৱস্হা লবলৈ আপুনি অপাৰগ তেন্তে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সকলো তথ্য প্রদান কৰিবলৈ বাধ্য হম।  

মহাশয়,  আমি শূণ্যত গদা ঘুৰাই সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰাৰ দৌৰত নাই। মাত্র দুখন মান এনে ফার্মৰ নাম অতীত আৰু বর্তমানৰ কাম কাজৰ এক বিশ্লেষণ এক নির্ভৰযোগ্য সংস্হাৰ হতুৱাই কৰিলেই বহু কথা পোহৰলৈ আহিব!

মহাশয়,  আপুনি তদন্ত কৰক,  পি পি ই কীট, ট্রিপল লেয়াৰ এন ৯৫ মাক্সকে ধৰি ছটা আইটেমৰ প্ৰায় এসত্তৰ কৌটি টকীয়া ঠিকাত দুশ পচানব্বৈ টা পাৰ্টিয়ে অংশ ললে যত মফটলাল, এপল' ইণ্টাৰনে্শ্যনেলৰ দৰে আন্তৰাষ্ট্ৰীয় পার্টিয়ে অংশ লোৱাৰ পাচতো চিভিচি গাইডলাইন আৰু জি এফ আৰ গাইডলাইন অমান্য কৰি কাক ৱর্ক অর্ডাৰ দিয়া হল সেয়া অনলাইন আপলোড নকৰিলে যাৰ বাবে সাধাৰণ জনতাই গমেই নাপালে কাম কাক দিয়া হল,  যিটোত কেগৰ নিয়ম ৰাজহুৱা ক্ৰয় প্রক্রিয়া দেখ দেখ অমান্য কৰা হৈছে।  কিয়?  কোন ঠিকাদাৰৰ বাবে? 

মহাশয়,  মেলাথিন ৫০% ঘনত্বৰ যোগানৰ নিবিদাত কি কি অনিয়ম হৈছে এবাৰ তদন্ত কৰক।  উক্ত ৰাসায়নিক পদাৰ্থ বিধ ৫০ % ঘনত্ব আৰু ৯৫% শতাংশ বিশুদ্ধতাত কত উৎপন্ন হয় তদন্ত কৰাওক।  লগতে এইবিধ সামগ্রীৰ ঠিকা কাক দিয়া হল কি প্রক্রিয়াৰ  দ্বাৰা  দিয়া হল তদন্ত কৰিলেই সকলো ওলাব।  লগতে এইটোও তদন্ত কৰক,  এই নিবিদাৰ ৱর্ক অর্ডাৰ কপি আজিলৈ কিয় অনলাইনত উপলব্ধ নহল,  যিটো চি ভি চি গাইডলাইনৰ লগতে জি এফ আৰ গাইডলাইনৰ দেখ দেখ অৱমাননা। 

মহাশয়,  এই প্ৰায় দুই কৌটি উনত্রিশ লাখৰ ১০% ছডিয়াম হাইপক্লৰাইড চলুশ্যন আৰু মেলাথিয়ন ৫০ - ৫৫% ঘনত্ব যোগানৰ নিবিদা আহ্বান কৰা হৈছে যত এই সমীকৰণৰ ঔষধৰ বিতৰণ পৃথিৱী বহু দেশত বাধা প্ৰদান কৰি থোৱা হৈছে ( দিল্লী,  মধ্যপ্ৰদেশকে ধৰি) , এই নিবিদাত চক্রান্তমুলক চর্ত আৰোপ কৰিয়েই অন্য পার্টিক নিবিদাত অংশ গ্রহণৰ পৰা বিৰত ৰাখি সেই একেটা ড্ৰাগ মাফিয়াক ৰঙা দলিছা পাৰি দিয়া হৈছে । আমাৰ সন্দেহ এই প্রক্রিয়াটোতো জালিয়াতি আছে।  লগতে আমি ইয়াকো কও এই সম্পর্কত বিভাগীয় স্পষ্টীকৰণ দিলেই আপোনাক ৰাজহুৱাকৈ এই কাৰচাজিত জড়িত এন এইচ এমৰ বিষয়ববীয়াৰ নাম  পৰৱর্তী সময়ত জনাই দিম। বজৰং  , আগাম  ,  প্ৰগ্ৰেছিভ  আৰু ঘনশ্যাম নামৰ এই ফার্ম বোৰে এইবোৰ নিবিদাত কি  ভুমিকা লৈছে,  বিভাগে এখনৰ পিচত আনখন কৰিগেণ্ডাম কিয় জাৰী কৰিব লগীয়া হল,  সেয়া তদন্ত কৰক মূখ্যমন্ত্ৰী মহোদয়। 

মহাশয়,  Essential Drugs,  consumables,  hand rubs আদি যোগানৰ প্ৰায় বিশ কৌটি সাতানব্বৈ লাখৰ নিবিদাত একেজন মানুহৰ দুখন ফাৰ্ম ভাগ লৈ কেনেকৈ নিজেই নিজৰ প্ৰতিযোগী হব পাৰে যিটো চিভিচি গাইডলাইনৰ প্ৰত্যক্ষ পৰিপন্হী,  তাকো ৰাজহুৱা কৰা দৰকাৰ । তাতোকৈ ডাঙৰ কথা, এই নিবিদা আহ্বান কৰোতেই চর্তাবলীৰ ক্ষেত্রত ওপৰত উল্লেখ কৰা ড্রাগ মাফিয়াজনৰ পক্ষত সম্ভব হোৱাকৈ সকলো ব্যৱস্হা কৰা হৈছে, বিভাগীয় বিষয়ববীয়াৰ সনা পিতিকা অবিহনে এয়া অসম্ভৱ । প্রয়োজন হলে আপোনাক এই সম্পৰ্কে বিষদভাৱে তথ্য প্রমাণসহ বুজাই দিম জালিয়াতি কেনেকৈ কত কোনে কৰিছে।  সকলো তথ্য আমাৰ হাতত মজুত আছে। 

মহাশয়, আটাইতকৈ ডাঙৰ কথা,  এই সমুহ ৱর্ক অর্ডাৰ বিভাগীয় ৱেবচাইটত আৰু অসম চৰকাৰৰ ই টেণ্ডাৰিং পৰ্টেলত আজিলৈ কিয় আপলোড নহল সেয়া ডাঙৰ প্ৰশ্নবোধক।  বিভাগীয় মন্ত্রীক অন্ধকাৰত ৰাখি বৰমুৰীয়া আৰু ঠিকাদাৰৰ হাতোৰাত এইবোৰ চলি আছে।  এইবোৰৰ আৰত আনকি কোভিড দীর্ঘম্যদী হলে দীর্ঘম্যদী ঠিকাৰ অংক জড়িত আছে। লগতে যদি এতিয়ালৈ ওপৰত উল্লেখ কৰা সামগ্ৰীবোৰৰ ৱর্ক অর্ডাৰ দিয়া হোৱাই নাই তেন্তে বর্তমান ৰোগীৰ চিকিৎসাত বা অন্যন্য কামত এইসমূহ সামগ্রী যে ব্যৱহাৰ হৈ আছে সেইবোৰ কোনে যোগান ধৰি আছে? নে ইয়াৰ আৰত বেক ডেটেড অর্ডাৰ ইছ্যু কৰাৰ ষড়যন্ত্ৰ চলিছে আমি আপোনাক সুধিছো মহোদয়। 

মহাশয়,  লাখ লাখ মানুহক অন্ধকাৰত ৰাখি এনেকৈ কোনো জনৈক ধানুকা, কি কি,  জৈন, দেওৰা, যাযোদিয়া , বাৰ্মা, কংগ্রেছৰ দিনৰ জনসংযোগ কেলেংকাৰীৰ নায়ক বৰা, এজন বহুবিতর্কিত এ চি এছ  বিষয়াৰ পত্নী , জি আৰ দি,  ঘনশ্যাম আদিৰ বাবে বিধে বিধে কৌটি কৌটি টকাৰ দুই নম্বৰী অংক কৰি কোভিডৰ নামত বেপাৰ চলোৱা অংকক আমি গৰিহণা দিছো লগতে ইনকাম টেক্স ত সকাহ পোৱাৰ অংকত কৌটি কৌটি টকা আৰোগ্য নিধিত দান দি  বিভাগীয় ঠিকা ঠাকুলিত ছিণ্ডিকেট চলাই কোভিডৰ ৰণ জিকিবলৈ বা জীয়াই ৰাখিবলৈ চলি থকা ষড়যন্ত্ৰক আমি গৰিহণা দিছো লগতে উচ্চ পর্যায়ৰ তদন্তৰ দাবী জনাইছো। এইক্ষেত্রত এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে আদায় দিয়া প্ৰায় ৬৩০ কৌটি টকা আৰু ভৱিষ্যতে দিবলগীয়া তেনে বিয়াগোম ৰাশিক লৈ সর্বসাধাৰণৰ মুৰৰ ওপৰেদি যোৱা কোভিডৰ এক ভয়ানক অংক ও সকলো খেলিমেলিৰ আৰত কেলেংকাৰীৰ কাৰক হৈ আছে। 

মহোদয়,  আপুনি আনৰ ভৰি চুই সেৱা কৰাটোকে অন্য অৰ্থত প্রকাশৰ উদ্দেশ্যে আগৰ এজন মুখ্যমন্ত্ৰীৰ লগত লগ লাগি হৰ্ডিং বনোৱাৰ অংক কৰি তথা আগৰ চৰকাৰৰ দিনত জনসংযোগৰ বিয়াগোম কেলেংকাৰীত জড়িত জনৈক ৰাজীৱৰ নিচিনা এজন দাগী মানুহক আপোনাৰ আমোলত এন এইচ এমত ৰঙা দলিচা পৰাৰ আৰত কি আছে? খাদ্য টেণ্টৰ যোগানত জড়িত এজন ব্যৱসায়ী কি কি কেলেংকাৰীত কেনেকৈ জড়িত হৈ কিমান লুণ্ঠন চলাইছিল আৰু আপোনাৰ দিনতো কেনেকৈ কত কত কি কি কৰি আছে সেই "কিকি" ৰ বিষদ তথ্য আপুনি বিচাৰিলেই আমি দিবলৈ সাজু হৈ আছো।  আপুনি মাথো কথাবোৰ গুৰুত্ব দিয়ক।  

মহাশয়,  কোভিডৰ আৰৰ অনিয়ম সংক্ৰান্তত  এইখন আপোনালৈ আমাৰ দ্বিতীয় চিঠি।  ইয়াৰ পাচতো আমি আমাৰ সামর্থ্যৰে যুজ চলাই যাম। আশাকৰো তাৰ আগতেই আপোনাৰ পৰা আমি বিচৰা সূদুত্তৰ লাভ কৰিম। 

বিনীত

আভিজিৎ শৰ্মা,  সভাপতি
ধ্রুৱজ্যোতি তালুকদাৰ,  সাধাৰণ সম্পাদক 
এ পি ডব্লিউ

Author info

AT News's picture

Assam Times Staff. editor@assamtimes.org

Add new comment

Other Contents by Author

WWF-India, in collaboration with Samagra Shiksha Assam, felicitated five top-performing schools under the ‘Mission Prakriti’ programme for 2025–26 at a ceremony in Guwahati. The initiative promotes environmental awareness among students through themes like biodiversity, water, waste, food, and energy. In Assam, the programme covers over 4,700 schools across all districts. The award-winning schools include Natun Fatasil Town HS (Kamrup Metro), Sakai Khangia High School (Jorhat), Bishnu Jyoti MES (Sonitpur), PM Shri Jamira HS School (Hailakandi), and PM Shri Gossaigaon Girls HS School (Kokrajhar). Tinsukia district was also recognised as the best-performing district. Officials...
Jorhat: Tirtha Prasad Saikia, Director of the North-East Affected Area Development Society (NEADS), an indigenous civil society organisation based in Jorhat, Assam, has been appointed as the Constituency Focal Point for the People Affected by Conflict and Disaster Constituency of the Asia Pacific Regional CSO Engagement Mechanism (APRCEM). APRCEM is a regional civil society platform that brings together organisations across Asia and the Pacific to engage with intergovernmental processes on sustainable development, particularly the implementation and review of the 2030 Agenda for Sustainable Development and the Sustainable Development Goals (SDGs). Through this organisational role,...
SHILLONG, Mar 11: The Meghalaya government has postponed the elections to the Garo Hills Autonomous District Council (GHADC) that were scheduled to be held on April 10, 2026, following violent clashes in West Garo Hills that left two people dead. Chief Minister Conrad K. Sangma announced the decision on Wednesday, saying the state government reviewed the prevailing law-and-order situation in the Garo Hills region before deciding to defer the polls. The unrest erupted during the nomination process in Chibinang in West Garo Hills, where clashes broke out between groups supporting and opposing the participation of non-tribal candidates in the GHADC elections. Two persons were killed...
The Meghalaya High Court has set aside a controversial notification that made possession of a Scheduled Tribe (ST) certificate mandatory for candidates contesting the upcoming elections to the Garo Hills Autonomous District Council (GHADC). Delivering the judgment on March 10, Justice H. S. Thangkhiew ruled that the February 17, 2026 notification issued by the GHADC Executive Committee lacked legal authority and did not follow the procedure required under the Assam and Meghalaya Autonomous Districts (Constitution of District Councils) Rules, 1951. The court observed that the notification effectively barred non-tribal voters and candidates from participating in the council elections...
TURA, Meghalaya – March 11, 2026: Tensions surrounding the upcoming elections to the Garo Hills Autonomous District Council (GHADC), scheduled for April 10, have triggered violent clashes in the West Garo Hills district of Meghalaya, leaving two people dead and several others injured. The unrest has also resulted in widespread vandalism and arson in several areas of the district. The tensions stem from a controversial notification requiring candidates contesting the council elections to possess valid Scheduled Tribe (ST) certificate documentation. The rule has effectively prevented many non-tribal residents—particularly Bengali-speaking Muslims living in the plains belt areas such as...
North East Affected Area Development Society (NEADS), a grassroots development organisation based in Jorhat working with people’s struggles and community development initiatives, observed International Women’s Day at Chumoni Chapori village under the Jhanjimukh area in Jorhat district on Sunday, bringing together local women, community leaders and youth to celebrate the achievements and contributions of women in society. The programme was organized with the participation of women from riverine communities who shared their experiences, challenges and aspirations for greater social and economic empowerment. The event focused on raising awareness about women’s rights, gender equality and...
A significant milestone for literature from Northeast India has been marked with the publication of The Yellow Metaphor, a collection of poems by Assamese poet Jiban Narah, now released by Penguin Random House India. The book is a translated anthology of Narah’s poetry and is considered a rare achievement for the region. It is reportedly the first translated poetry collection by a single poet from Northeast India to be published by Penguin, and among only a handful of works in a regional Indian language to receive such recognition from the global publishing house. The Yellow Metaphor brings together 99 selected poems written over a span of 33 years, reflecting Narah’s long poetic...
Sivasagar, March 6: A meeting of organisations associated with the religious and intellectual affairs of the Tai-Ahom community was held on Thursday (March 5) at the public auditorium of Bakata Parijat Panchayat in Sivasagar district. The meeting was chaired by Jibeshwar Mohan Deva, founding principal of Tingkhang College. Several prominent personalities attended the meeting, including Manaranjan Baruah, president of the Mohan-Deodhai-Bailung Sanmilan; Vidya Phukan, president of the Mohan-Deodhai-Bailung Pandit Parishad; former president of Phra-Lung-Moung Assam Golap Gohain; secretary Pranjal Mohan; noted Tai cultural researcher Kamal Jyoti Mohan; Tai-Ahom scholar Nripen Mohan;...
Guwahati, Feb 28: The Assam government’s decision to seek a 5 per cent stake in Oil India Limited (OIL) has triggered discussion on the State’s long-term approach to the oil and gas sector in the Northeast. The proposal, under which Assam has sought a minority share in OIL — where the Government of India holds 56 per cent — will be examined by the Centre, Union Petroleum Minister Hardeep Singh Puri said. Chief Minister Himanta Biswa Sarma stated that the State is extending full cooperation to oil sector companies and urged that shares be allocated to Assam to support smoother functioning and stronger coordination. Reacting to the development, Shantikam Hazarika — former Chairman of...
New Delhi, March 1: Concerns have been raised over the national HPV vaccination campaign launched on February 28, 2026, with a citizen questioning its scientific basis, operational preparedness, and public health prioritisation. In a public statement, Donthi N. Reddy said that not a single state has published baseline data on cervical cancer incidence or HPV prevalence prior to the rollout. Without such baseline indicators, he argued, outcomes cannot be measured, and without measurable outcomes, the reported annual expenditure of ₹1,300 crore cannot be properly evaluated. The campaign involves administration of the HPV vaccine Gardasil-4 to 14-year-old girls across the country, aiming...